adamsaradang

Adam`s apple (English)
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2023-06-22
1. Anatomy(Material Noun-Neuter) protrusion of the thyroid cartilage in the human neck, usually more prominent in adult men than in women or prepubescent children মানুহৰ ডিঙিত থকা থাইৰইদ কোমলাস্থিৰ এটা টেমুনা ৷ ই সধাৰণতে মহিলা অথবা অপৈণত শিশুতকৈ প্ৰাপ্তবয়স্ক পুৰুষৰ ডিঙিত বেছি প্ৰকট ৷